canaryCanberra

Canavalia ensiformis (English) [ IPA: Canavalia ensiformis ASM: কানাভালিয়া এনচিফ’ৰমিচ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
1. Creepers(Common Noun-Neuter) a legume which is used for animal fodder and human nutrition, especially in Brazil. It is also the source of concanavalin A. দীঘম ছেঁইৰ ভিতৰত গুটি ধৰা এবিধ মাহ-জাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি মানুহ আৰু জন্তুৰ আহাৰ হিছাপে ব্যৱহাৰ কৰা হয়৷